নিউজীলেণ্ডৰ মছজিদ আক্ৰমণত ৫ জন ভাৰতীয় নিহত

newziland

নিউজীলেণ্ডৰ খ্ৰাইষ্টচাৰ্চৰ মছজিদত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৫ জন ভাৰতীয় নিহত হোৱা বুলি তথ্য প্ৰকাশ পাইছে।টুইটাৰ হেণ্ডেল 'ইণ্ডিয়া ইন নিউজীলেণ্ড'ৰ  প্ৰকাশিত তথ্যমতে মৃত্যু হোৱা ভাৰতীয়সকল হৈছে মেহবুব খোখাৰ,ৰামিজ ভোৰা,আছিফ ভোৰা,আনছি আলিবাবা,অ'জাইৰ কাদিৰ।ইফালে,মছজিদ আক্ৰমণত নিহত হোৱা লোকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে।

Your Comments