নিউজীলেণ্ডৰ মছজিদত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১২ জনতকৈ অধিক লোকৰ  মৃত্যু

newziland

নিউজীলেণ্ডৰ দক্ষিণ দ্বীপস্থিত অল নুৰ আৰু লিনৱুড মছজিদত সন্ত্ৰাসবাদীৰ গুলীবর্ষণত ১২ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।ইয়াৰে এটা মছজিদত বাংলাদেশৰ ৰাষ্ট্ৰীয়  ক্ৰিকেট দলৰ খেলুৱৈসকল উপস্থিত আছিল আৰু তেওঁলোকে  মছজিদৰ পৰা দৌৰি ওলাই আহি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে।গুলীবর্ষণ কৰা  সন্ত্ৰাসবাদীক নিউজীলেণ্ডৰ সুৰক্ষা বাহিনীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। এই আক্ৰমণক লৈ নিউজীলেণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Your Comments