বুধবাৰে নিশা বিশ্বজুৰি 'ডাউন' ফেচবুক আৰু ইনষ্টাগ্ৰাম

facebok

বুধবাৰে বিশ্বজুৰি 'ডাউন' হ'ল ফেচবুক আৰু ইনষ্টাগ্ৰাম।ভাৰততো বুধবাৰে নিশা ৯-৩০ বজাত এই দুটা জনপ্রিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট 'ডাউন' হোৱাৰ পিছত  ল'গ ইন, বাৰ্তা প্ৰেৰণ,ফটো আপলোড কৰাত বহু সময়  ধৰি ব্যৱহাৰকাৰীসকল ব্যৰ্থ হয়।ইফালে ফেচবুক কৰ্তৃপক্ষয়ো এই  বিষয়ে স্বীকাৰ কৰি শীঘ্ৰে সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।গভীৰ নিশালৈ সমস্যা দূৰ হয় ।

Your Comments