শ্বুটিং বিশ্বকাপলৈ পাকিস্তানক ভিছা প্ৰদান নকৰিলে ভাৰত চৰকাৰে

শ্বুটিং বিশ্বকাপলৈ পাকিস্তানক ভিছা প্ৰদান নকৰিলে ভাৰত চৰকাৰে

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ অৱনতিৰ প্ৰভাৱ ক্ৰীড়া ক্ষেত্ৰতো পৰিছে৷ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া শ্বুটিং বিশ্বকাপত পাকিস্তানী দলক ভাৰত চৰকাৰে প্ৰদান নকৰিলে ভিছা৷ ৰাষ্ট্ৰীয় শ্বুটিং ফেডাৰেচনৰ এজন শীৰ্ষ বিষয়াইও পাকিস্তান দলটোৱে যোগদান নকৰাটো নিশ্চিত কৰিছে৷ ইফালে পাকিস্তানৰ ৰাষ্ট্ৰীয় ৰাইফল শ্বুটিং ফেডাৰেচনৰ অধ্যক্ষ ৰাজী আহমেদে কয় যে তেওঁলোকে বৃহস্পতিবাৰে পুৱা ভাৰতলৈ যোৱাৰ কথা আছিল যদিও ভাৰত চৰকাৰে ভিছা প্ৰদান নকৰিলে৷
 

Your Comments