ওদালগুৰিত আদীবাসী ছাত্ৰ সন্থাৰ অসম বন্ধ সৰ্বাত্মক 

a

জনজাতিকৰণৰ দাবীত আদিবাসী ছাত্ৰ সন্থাই আহবান জনোৱা অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাৰ বিভিন্ন স্থানৰ দেখিবলৈ পোৱা গৈছে৷ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে।
 লগতে কবিৰালীত সৰ্বাত্মক বন্ধ হোৱা পৰিলক্ষিত হয়। জনাজাতিকৰণ নহ'লে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে। বিভিন্ন স্থানৰ পৰা অহা যান-বাহনসমূহ ঘুৰাই পথোৱাৰ লগতে দোকান-পোহাৰসমূহ বন্ধ কৰি দিয়া পৰিলক্ষিত হয়।

Your Comments