# ২০১৯-২০ বৰ্ষৰ বাজেটত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সেই অনুযায়ী অহা ৩ বছৰত পৰিবহণ নিগমে লাভ কৰিব ১০০০খন নতুন বাছ৷
# বাজেট ভাষণত মন্ত্ৰী শৰ্মাই অৰুন্ধতী নামেৰে এখন নতুন আঁচনি ঘোষণা কৰে৷ এই আঁচনিৰ অধীনত কন্যাৰ বিবাহৰ বাবে আগবঢ়োৱা হ'ব ১ তোলাকৈ সোণ৷ বিবাহৰ পঞ্জীয়নৰ পিছত ৩৮ হাজাৰ টকা মূল্যৰ সোণ দিব চৰকাৰে৷
- Log in to post comments
- 30 views