অনুদানৰূপে অসমে পাব ২,৪৪১.২৬ কোটি টকা

s

চলিত বৰ্ষৰ বাজেটত মুঠ ৰাজ্যিক কৰ ৰাজহ আদায়ৰ লক্ষ্য ১৭,৯৪.১৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে৷ কৰ বহিৰ্ভূত ৰাজহ আদায়ৰ লক্ষ্য ৮,৫৩১.৬৫ কোটি টকা৷ কেন্দ্ৰীয় চৰকাৰৰ কৰৰ অংশ হৈছে ৩৪,৩৭৪.২২০ কোটি টকা৷ আনহাতে, বিত্ত আয়োগত অনুদানৰূপে অসমে পাব ২,৪৪১.২৬ কোটি টকা৷ 
 

Your Comments