চাৰিদিনীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী ধেমাজি জিলাৰ এলেকাত অনুষ্ঠিত হৈছে 'প্ৰথম চিমেন ৰিভাৰ ফেষ্টিভেল'৷ চিমেন নৈৰ পাৰত অনুষ্ঠিত এই নদী উৎসৱলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগমন ঘটিছে৷ উৎসৱত প্ৰদৰ্শিত হৈছে জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি৷ ধেমাজি জিলাৰ ভিতৰুৱা অনুপম প্ৰাকৃতিক দৃশ্যৰাজিৰ অঞ্চলত পৰ্যটন উদ্যোগৰ বিকাশ ঘটাবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে৷
- Log in to post comments
- 13 views