ওদালগুৰিৰ হৰিশিঙাত ভয়ংকৰ অগ্নিকাণ্ড

111

# ওদালগুৰিৰ হৰিশিঙাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷

# অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে হৰিশিঙা সাপ্তাহিক বজাৰ৷

# স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

# অগ্নিকাণ্ডত বজাৰৰ এটি ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।

# অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

#সন্ধিয়া ৬.৪৫ বজাত অগ্নিকাণ্ড সংঘটিত হয়।

Your Comments