২৭ জুলাইত আংশিক চন্দ্ৰগ্ৰহণ

২৭ জুলাইত আংশিক চন্দ্ৰগ্ৰহণ

২৭ জুলাইত চন্দ্ৰগ্ৰহণ। প্ৰায় চাৰি ঘণ্টা ধৰি হ’ব চন্দ্ৰগ্ৰহণ। দুঘণ্টাৰ বাবে পৃথৱীৰ ছাঁয়াই সম্পূৰ্ণভাৱে ঢাকি পেলাব চন্দ্ৰক। শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১১.৪৫বজাত আৰম্ভ হ’ব এই আংশিক চন্দ্ৰগ্ৰহণ। ১বজালৈ থকাৰ পিছত পুনৰ নিশা ২.৪০ বজাৰ পৰা ৩.৪৯লৈ আংশিক চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা যাব। এছিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু ইউৰোপতো চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰা যাব।

Your Comments