কাইলৈৰ পৰা পাঁচদিনলৈ বন্ধ থাকিব বেংক সেৱা

কাইলৈৰ পৰা পাঁচদিনলৈ বন্ধ থাকিব বেংক সেৱা

নৱবর্ষৰ প্ৰাক্‌-মুহূৰ্তত ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীৰ ধৰ্মঘট ।

২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিটো বেংক ।

ইয়াৰ মাজতে ৰাইজৰ সুবিধাৰ বাবে আৰু ২৫ ডিচেম্বৰৰ বৰদিনৰ প্ৰতি লক্ষ্য ৰাখি ২৪ ডিচেম্বৰত খোলা থাকিব বেংক ।

উল্লেখ্য যে ভাৰতীয় বেংক বিষয়া মহাসংঘই গ্ৰহণ কৰিছে আন্দোলনৰ কাৰ্যসূচী ।

বেংক কৰ্মচাৰীক সংশোধিত হাৰত দৰমহা প্ৰদান নকৰাৰ প্ৰতিবাদ জনাই গ্ৰহণ কৰা হৈছে এই ধৰ্মঘট কাৰ্যসূচী ।

Your Comments