বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ ৰিমা দাসৰ দ্বিতীয় ছবি 'বুলবুল কেন ছিং'

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ ৰিমা দাসৰ দ্বিতীয় ছবি 'বুলবুল কেন ছিং'

পুনৰ অসমবাসীৰ বাবে এক সু-খবৰ ।

"ভিলেজ ৰকষ্টাৰ্ছ"ৰ সফলতাৰ পাছত ৰিমা দাসৰ দ্বিতীয়খন ছবি "বুলবুল কেন ছি" প্ৰদৰ্শিত হ'ব বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ।

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ ৰিমা দাসৰ দ্বিতীয় ছবি 'বুলবুল কেন ছিং'

১৪ বছৰ অনূৰ্ধ্ব শিতানত প্ৰদৰ্শিত হ'বলগা ছবিখন নিৰ্মাণ কৰা হৈছে এগৰাকী কিশোৰীৰ জীৱনক লৈ ।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ছবিখন টৰণ্টো চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল ।

Your Comments