বিজেপি নেতৃত্বাধীন ৰহা সমষ্টিত কংগ্ৰেছৰ বিজয় ধ্বজা 

ো

আজমলৰ হেলিকপ্টাৰ আৰু বিজেপিৰ প্ৰলোভিত কথাত ভুল নগ’ল ৰহা সমষ্টিৰ গৰুবাট মৌজাবাসী । পঞ্চায়ত নিৰ্ব্বাচনত হাত ছৱিত ছাপ দিলে কচুৱাৰ জনসাধাৰণে । উল্লেখ্য যে কচুৱা জিলা পৰিষদ কংগ্ৰেছৰ দখল কৰে । কংগ্ৰেছ দলৰ প্ৰাৰ্থী চাইফুল ইছলাম জয়ী  বৃহৎ ভোটৰ ব্যৱধানৰ এ আই ইউ ডিএফৰ বিৰুদ্ধে ৷

উল্লেখ্য যে ৰহা সমষ্টিৰ ২ নং কচুৱা জিলা পৰিষদ- কংগ্ৰেছৰ ছাইফুল ইছলামৰ জয় ।ইছলামে এআই ইউ ডি এফ প্ৰাৰ্থী বিপৰীতে বৃহৎ জয় সাৱস্ত কৰে । জিলা পৰিষদৰ অন্তৰ্গত গাওঁ পঞ্চায়তৰ অন্তগৰ্ত ৬ খন পঞ্চায়তৰ ভিতৰত ৪খন পঞ্চায়ত দখল কৰে কংগ্ৰেছে । ইয়াৰ বিপৰিতে এআই ইউ ডি এফ আৰু বিজেপিয়ে এখন কৈ পঞ্চয়ত পায় ৷
 

Your Comments