কাইলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰূপে কে চন্দ্ৰশেখৰ ৰা‌ওৰ শপত

a

অহা ১৩ ডিচেম্বৰত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব কে চন্দ্ৰশেখৰ ৰাৱে । তেলেংগানা ৰাষ্ট্ৰ সমিতি, চমুকৈ টি আৰ এছৰ মুৰব্বী ৰাওক বিধায়িনী দলে সৰ্বসন্মতভাৱে মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত কৰে । কাইলৈ ৰাজভৱনত দিনৰ ১.৩০ বজাত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান । লক্ষণীয়ভাৱে, বিগত ১৯৮৫ চনৰপৰাই কোনো এটা নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হোৱা নাই টি আৰ এছৰ মুৰব্বী চন্দ্ৰশেখৰ ৰা‌ও ।

Your Comments