দিল্লীত জেপিচিৰ বৈঠক সম্পন্ন : বহুকেইটা দিশত আলোচনা

দিল্লীত জেপিচিৰ বৈঠক সম্পন্ন : বহুকেইটা দিশত আলোচনা

# জেপিচিৰ বৈঠক সমাপ্ত ৷

# কিছুসংখ্যক সংশোধনী আহিছে, কিছুসংখ্যক সদস্যই বহুকেইটা প্ৰস্তাৱ আনিছে ৷

# হিন্দু শব্দৰ পৰিৱৰ্তে ধৰ্মীয় সংখ্যালঘু শব্দ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ ৷

# অসমক বাদ দি বিধেয়ক অনাৰ প্ৰস্তাৱ একাংশৰ ৷

# আমি সমিতিৰ সকলো সদস্যৰে সহমতত অহাটো বিচৰোঁ ৷

# সহমতত নাহিলে ভোটগ্ৰহণ কৰা হ'ব ৷

# অসম চুক্তিৰ দফা ৬ অৰ্থাৎ সাংবিধানিক ৰক্ষাকবচৰ ওপৰত আলোচনা ৷

# নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত হিমন্ত বিশ্বই কৰা মন্তব্যত ক্ষুণ্ণ বহুকেইজন জেপিচি সদস্য

# টি এম চিৰ সদস্য সৌগত ৰয়ৰ অধ্যক্ষলৈ পোনপতীয়া প্ৰশ্ন- "পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহিলে হিমন্তই কেনেদৰে বাতিল কৰিব পাৰিব বিধেয়কখন ?"

# "হিমন্ত বিশ্ব দেশৰ প্ৰধান মন্ত্ৰী নে ৰাষ্ট্ৰপতি ?" প্ৰশ্ন সৌগত ৰয়ৰ

# মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ আভিযোগ সদস্যগৰাকীৰ

# সৌগত ৰয়ক সমৰ্থন কংগ্ৰেছৰ আটাইকেইজন সদস্যৰ লগতে কেইজনমান বিজেপি সদস্যৰ

# এই সম্পৰ্কত মন্তব্য জেপিচি অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ

# যুটীয়া সংসদীয় সমিতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগে বুলি সংবাদ মাধ্যমত মত ব্যক্ত কৰে ৰাজেন্দ্ৰ আগৰৱালাই

# কোনো নেতাক তেনে মন্তব্য নকৰিবলৈ কঠোৰ সকীয়নি জেপিচিৰ অধ্যক্ষগৰাকীৰ

Your Comments