ধুবুৰীৰ পৰা আমিনুৰ আহমেদ
গৌৰীপুৰৰ পিঁয়াজবাৰীত পুনৰ সংঘটিত হ'ল এক ধৰ্ষণ কাণ্ড ।
১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে নিজৰ পিতৃয়ে ।
গৌৰীপুৰ থানাৰ অন্তৰ্গত পিঁয়াজবাৰী ১ম খণ্ড গাঁৱৰ আছিৰ উদ্দিন নামৰ ব্যক্তিজনে এনে জঘন্য কাণ্ড কৰে ।
- Log in to post comments
- 34 views