সোণাৰিৰ পৰা ঘন বৰা
সোণাৰিত গ্ৰাম্যু পথৰ দুৰৱস্থা বাবে ৰোগী হাহাকাৰ। পথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত ঠেলাত চিকিৎসালয়লৈ নিবলগা হৈছে ৰোগীক। ৰাজ্যিোক গড়কাপ্তনী মন্ত্ৰী তপন গগৈৰ গৃহ সমষ্টিৰ ঐতিহাসিক পেহীপুখূৰী গাঁৱৰ পথত এই ঘটনা । পেহীপুখুৰী গাঁৱৰ পুনা বড়া নামৰ ৭০ ঊৰ্ধ্বৰ বৃদ্ধ এজন হঠাৎ অসুস্থ হোৱাৰ পাছত পথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত ঠেলাৰে মূল পথলৈ প্ৰায় ৫ কি.মি. আনিবলৈ লগা হয় ।
- Log in to post comments
- 9 views