গুৱাহাটী মহানগৰীত দিন দুপৰতে আৰক্ষীৰ গুলিচালনা, সবিশেষ পঢ়ক

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত দিন দুপৰতে আৰক্ষীৰ গুলিচালনা।ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি শূন্যলৈ গুলিচালনা আৰক্ষীৰ।হাটীগাঁও সিজুবাৰীত সংঘটিত হৈছে এই ঘটনা। 

কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত গাড়ীত অহা ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি শূন্যলৈ গুলিচালনা কৰে অভিযান কাৰী দলে।দেওবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এই ঘটনা।

সৰবৰাহকাৰী দলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ।প্ৰায় ১কেজি নিষিদ্ধ ড্ৰাগছ জব্দ কৰে  আৰক্ষীয়ে।


আনহাতে, ড্ৰাগছ ভৰ্তি বেগ এৰি পলাই যায় চাৰিটাকৈ সৰবৰাহ কাৰী।B

Your Comments