কলিয়াবৰত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি

Covid patients at kaliabar

জখলাবন্ধা চিকিৎসালয়ৰপৰা পোৱা তথ্য অনুসৰি কলিয়াবৰ মহকুমাত ক’ভিডত আক্ৰান্ত হৈ পুনৰ ১জন লোকৰ মৃত্যুৰ সৈতে যোৱা দুমাহত মৃত্যুৰ সংখ্যা ২২জনলৈ বৃদ্ধি পালে ৷

উল্লেখ্য যে, যোৱা কালি নিশা তেজপুৰ মিছন হস্পিতালত মৃত্যু হোৱা লোক জনৰ নাম নলতলি গাঁৱৰ গনেশ ভূঞা , বয়স ৬২ বছৰ । ঘৰ নলতলি গাঁৱত ৷

Your Comments