শিৱসাগৰ অসামৰিক চিকিৎসালয়ে উদঙালে চিকিৎসাখণ্ডৰ উন্নয়নৰ ফোপোলা স্বৰূপ

Sivsagar Civil Hospital

চিকিৎসা খণ্ডৰ উন্নয়ন হোৱা বুলি ৰাজ্য চৰকাৰে দাবী কৰি আহিছে ৷ কিন্তু সেই দাবীৰ ফোপোলা স্বৰূপ প্ৰকাশ কৰিলে জয়সাগৰ স্থিত ৩০০ বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ে ৷

উল্লেখ্য যে শিৱসাগৰৰ এইখন চিকিৎসালয়ত বৰ্তমান চিকিৎসকৰ অভাৱত ৰাতি জৰুৰীকালীন সেৱাৰ দায়িত্ব পালন কৰে এগৰাকী আয়ুৰ্বেদিক চিকিৎসকে। দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনৰ আৰু একাংশ সচেতন লোকে প্ৰশাসনক বিষয়টো অৱগত কৰাৰ পিছতো কাণষাৰ নাই প্ৰশাসনৰ ৷

Your Comments