ক’ৰ’না মহামাৰীৰ মাজতে সাগৰীয় ঘূৰ্ণি বতাহ 'তাউক্তে'ই দেশৰ কেইবাখনো ৰাজ্যত ক্ষতি সাধন কৰি গ’ল ৷ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, এইবাৰ আহি আছে 'য়াচ' সাগৰীয় ঘূৰ্ণি বতাহ ৷
জানিব পৰা মতে, এই ঘূৰ্ণিবতাহে ২৬ মে’ত পশ্চিমবংগ আৰু উৰিষ্যাত সোমাব৷ বতৰ বিজ্ঞানীসকলে জনাইছে যে, য়াচ এক প্ৰলয়ংকৰী ঘূৰ্ণি বতাহ ৷
- Log in to post comments
- 22 views