মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কেবিনেটৰ সিদ্ধান্ত অনুসৰি ক'ৰ'না পৰিস্থিতি জিলা ভিত্তিত অধ্যয়নৰ বাবে তত্বাৱধায়ক নিযুক্তি।বুধবাৰে কেবিনেট মন্ত্ৰীসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ কৰি দিয়ে ৰাজ্যৰ।জিলাসমূহ।
সদ্য-প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলী জিলাৰ তত্বাৱধায়কৰ দায়িত্ব ৰাখিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বৰপেটা,বজালী, বঙাইগাঁও জিলাৰ দায়িত্ব প্ৰদান।
মন্ত্ৰী অতুল বৰাক যোৰহাট,গোলাঘাট জিলাৰ দায়িত্ব প্ৰদান।
ইউজি ব্ৰহ্মক কোকৰাঝাৰ,বাক্সা,চিৰাং জিলাৰ তত্বাৱধায়ক দায়িত্ব।
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নলবাৰী, কামৰূপ,ওদালগুৰি জিলাৰ দায়িত্ব।
মন্ত্ৰী পৰিমল শুক্লবৈদ্যক কাছাৰ,হাইলাকান্দি, কৰিমগঞ্জ জিলাৰ দায়িত্ব।
মন্ত্ৰী কেশৱ মহন্তক হোজাই, নগাঁও জিলাৰ দায়িত্ব।
মন্ত্ৰী ৰনোজ পেগুক ধেমাজি,লখিমপুৰ জিলাৰ দায়িত্ব।
মন্ত্ৰী অশোক সিংঘালক শোণিতপুৰ, দৰং, বিশ্বনাথ জিলাৰ দায়িত্ব।
মন্ত্ৰী যোগেন মহনক পশ্চিম কাৰ্বি আংলং,পূব কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ দায়িত্ব।
মন্ত্ৰী সঞ্জয় কিষাণক তিনিচুকীয়া,ডিব্ৰুগড় জিলাৰ দায়িত্ব।
মন্ত্ৰী অজন্তা নেওগক ধুবুৰী, লখিমপুৰ জিলাৰ দায়িত্ব।
পীয়ুষ হাজৰিকাক মৰিগাঁও,গোৱালপাৰা জিলাৰ দায়িত্ব।
মন্ত্ৰী বিমল বৰাক শিৱসাগৰ, চৰাইদেও জিলাৰ দায়িত্ব অৰ্পণ।
উল্লেখ যে মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাসমূহত ক'ভিড বিধি প্ৰযোজ্য সন্দৰ্ভত নিৰীক্ষণ কৰিব।
লগতে আক্রান্তৰ হাৰ নিৰীক্ষণ কৰিব লাগিব।
- Log in to post comments
- 62 views