ক'ৰ'নাত আক্রান্ত কণ্ঠশিল্পী ভিটালী দাস।সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি।
গুৱাহাটীৰ কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত ভৰ্তি কণ্ঠশিল্পী দাসক।
উল্লেখ যে মঙলবাৰে ক'ভিড আক্রান্ত হোৱাটো ধৰা পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দাসক।বৰ্তমান আইচিইউত সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে ভিটালী।
শেহতীয়া খবৰমতে কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য অধিক সংকটজনক।
- Log in to post comments
- 46 views