ক'ভিড পৰিস্থিতিৰ বাবে পশ্চিম বংগত সকলো নিৰ্বাচনী ৰেলী বাতিল কৰিলে ৰাহুল গান্ধীয়ে

RG

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পশ্চিম বংগৰ তেওঁৰ সকলো আসন্ন নিৰ্বাচনী ৰেলী কোভিড-১৯ পৰিস্থিতিৰ বাবে বাতিল কৰিছে।

তেওঁ টুইট কৰি কয়, "কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই পশ্চিম বংগত মোৰ সকলো ৰাজহুৱা ৰেলী বাতিল কৰিছোঁঁ।"

ৰাহুল গান্ধীয়ে লগতে কয়, "মই সকলো ৰাজনৈতিক নেতাক সাম্প্ৰতিক পৰিস্থিতিত বৃহৎ ৰাজহুৱা ৰেলী অনুষ্ঠিত কৰাৰ পৰিণামৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ পৰামৰ্শ দিম।"

 

Your Comments