দেশত ক'ৰ'নাৰ বৰ্ধিত সংক্ৰমণলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।এপ্ৰিল মাহটোৰ প্ৰতিটো দিনতে কৰা হ'ব ক'ৰ'না টীকাকৰণ।চৰকাৰী বন্ধৰ দিনতো কৰা হ'ব টীকাকৰণ।চৰকাৰী আৰু ব্যক্তিগত খণ্ড-উভয় ধৰণৰ টীকাকৰণ কেন্দ্ৰত মাহটোৰ প্ৰতিটো দিনতে কৰা হ'ব টীকাকৰণ।
- Log in to post comments
- 10 views