মহানায়ক ৰজনীকান্তলৈ দাদা সাহেব ফাল্কে সন্মান

Rajnikant

দক্ষিণৰ মহাতাৰকা ৰজনীকান্তক প্ৰদান কৰা হৈছে চলিত বৰ্ষৰ দাদা সাহেব ফাল্কে সন্মান।৫০ বছৰ ধৰি দক্ষিণৰ চলচ্চিত্ৰ জগতত ৰাজত্ব কৰা ৰজনীকান্তক ফাল্কে সন্মান প্ৰদান কৰাৰ বিষয়ে বৃহস্পতিবাৰে ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে।আশা ভোছলে,বিশ্বজিৎ ছেটাৰ্জী,মোহনলাল,সুভাষ  ঘাই আৰু শংকৰ মহাদেৱনৰে গঠিত নিৰ্বাচক মণ্ডলীয়ে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে ছুপাৰষ্টাৰগৰাকীক ফাল্কে সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত।

Your Comments