
প্ৰত্যেক বছৰে ৩০অক্টোবৰৰ দিনটো সমগ্ৰ অসমতে মিচিং জনগোষ্ঠীৰ লোকসকলে মিচিং ভাষা দিৱস হিচাপে পালন কৰে।অসমৰ মিচিং অধ্যুষিত অঞ্চলসমূহৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলত এই দিৱস পালন কৰা হৈছে আজি।
বাহিৰ জোনাই বাংকে আগম কৗবাঙৰ উদ্যোগত এইবাৰ ৩৬সংখ্যক মিচিং ভাষা দিৱস পালন কৰা হৈছে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি।
এই দিৱসৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে সাহিত্য,সংগীত,খেল-ধেমালিৰ প্ৰতিযোগিতাও আয়োজন কৰা হয়৷
- Log in to post comments
- 41 views