'কা' আন্দোলনৰ শ্বহীদ চেম ষ্টেফ'ৰ্ডৰ আজি জন্মদিন

Sam Staford

চৰকাৰী বৰ্বৰতাত প্ৰাণ হেৰোৱা চেম ষ্টেফ'ৰ্ডৰ আজি জন্মদিন।চেমৰ অবিহনে হাতীগাঁৱৰ ঘৰখনত প্ৰথমটো জন্মদিন।১৬বছৰীয়া হ'ল চেম।

'কা' বিৰুদ্ধে তথা জাতিৰ বাবে আন্দোলন কৰি পুলিচৰ গুলীত ঘৰৰ সন্মুখতে শ্বহীদ হৈছিল ১৫বছৰীয়া চেম।যোৱা বর্ষৰ ১২ ডিচেম্বৰত লতাশিলত চৰকাৰৰ  কাৰ্ফিউ উফৰাই সাব্যস্ত হোৱা 'কা' বিৰোধী বৃহৎ গণ সমাৱেশৰ পৰা ঘৰলৈ ওভতি যোৱাৰ পিছতে শূন্য দূৰত্বৰ পৰা চলোৱা পুলিচৰ গুলীত শ্বহীদ হৈছিল চেম।

Your Comments