ৰাজ্যত ১৪জনলৈ বৃদ্ধি ক'ৰ'নাত মৃত্যুৰ সংখ্যা

Corona

ক'ৰ'না ভাইৰাছত প্ৰাণ হেৰুৱালে ৰাজ্যত পুনৰ দুজন লোকে।এই দুজন লোকৰ মৃত্যু হোৱাৰ কথা বৃহস্পতিবাৰে বিয়লি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই।

মৃত্যু হোৱা লোক দুজন হৈছে প্ৰভুদয়াল বিডাৱাটকা(৭৮)আৰু সুভাষ কলিতা(৫৬)।

ৰাজ্যত ক'ৰ'নাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪জনলৈ বৃদ্ধি পালে।

Your Comments