সাৱধান ! এইবাৰ আহি আছে ধুমুহা এম্ফন

Emphon

নিউজ ডেক্স-
এফালে দেশত ক'ৰোনাৰ তাণ্ডৱ আৰু আনফালে এক বিধ্বংসী ধুমুহাৰ আগজাননী।দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰী কৰা এক নিৰ্দেশনা অনুসৰি শীৰ্ঘেই দেশৰ আঠখন ৰাজ্যত এম্ফন নামৰ এক বিধ্বংসী ঘূৰ্ণিবতাহে খুন্দা মাৰিব। আন্দামান-নিকোবৰ দ্বিপপুঞ্জকে ধৰি উৰিষ্যা, পশ্চিম বংগ,অন্ধ্ৰপ্ৰদেশত এই ধুমুহাৰ প্ৰবলতা অধিক হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ,উত্তৰাখণ্ড তথা পাঞ্জাৱ হাৰিয়ানা আদি ৰাজ্য সমূহত বতৰৰ পৰিবৰ্তন হোৱাৰ আগজাননী দিছেবতৰ বিজ্ঞান কেন্দ্ৰই।আনহাতে এই  ধুমুহাৰ ফলত  প্ৰচণ্ড বতাহ বৰষুণৰ আশংকা কৰা হৈছে।

Your Comments