৪মে'ৰ পৰা ৰাজ্যৰ গ্ৰীণ আৰু অৰেঞ্জ জ'নত মুকলি হ'ব সুৰাৰ বিপনী।এই বিষয়ে জানিবলৈ দিয়ে আবকাৰী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই।সুৰাৰ বিপনী বন্ধ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰা নতুন নিৰ্দেশনাত নাই কোনো গাইডলাইন।
ইয়াৰ উপৰিও তৃতীয় পৰ্যায়ৰ 'লকডাউন'ৰ সময়ত আন্তঃজিলা যাতায়ত ব্যৱস্থা মুকলি হ'ব গ্ৰীণ জনত।বাছসমূহত ৫০% যাত্ৰী লৈ যাব পাৰিব।এই কথা প্ৰকাশ পাইছে কেন্দ্ৰৰ নিৰ্দেশনাত।
- Log in to post comments
- 66 views