জনতাক উদ্দেশ্য কৰি সাৱধানবাণী ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ।গ্ৰীণ জ'নত লকডাউন সামান্য শিথিল হোৱাৰ পিছতে মুখ্য সচিব কৃষ্ণই টুইট কৰি উল্লেখ কৰিছে এইদৰে- "উপায়ুক্তৰ অনুমতি অবিহনে নিজৰ জিলাৰ পৰা অন্য জিলালৈ কোনো ব্যক্তি যাব নোৱাৰিব।কৰ্তৃত্ববিহীন যাত্ৰা ধৰা পৰিলে কৰা হ'ব কোৱাৰেণ্টাইন।এখন জিলাৰ পৰা অন্য জিলালৈ যোৱাৰ অনুমতি দিয়া হোৱা নাই।"
গুৰুত্বপূৰ্ণ যে গ্ৰীণ জ'নত মঙলবাৰৰ পৰা গ্রাম্য অঞ্চলত দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।
- Log in to post comments
- 86 views