দেশত ৮৮৪জনলৈ বৃদ্ধি পালে ক'ৰ'না আক্রান্ত:মৃত্যু হৈছে ২০জনৰ

Pic

মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে শুকুৰবাৰৰ দিনটোত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাৰতত।ৰাতি ১০.৩০ বজালৈ দিনৰ হিচাপত সৰ্বাধিক ১৪৯ ব্যক্তি আক্রান্ত হৈছে ক'ৰ'নাত।সেই অনুসৰি দেশত মুঠ আক্রান্ত সংখ্যাৰ হৈছেগৈ ৮৮৪জন।মৃত্যুক আঁকোৱালি লৈছে ২০জন ব্যক্তিয়ে। গুৰুত্বপূৰ্ণ যে ৰাজ্যৰ হিচাপত কেৰেলাত সৰ্বাধিক ১৭৬জন, মহাৰাষ্ট্ৰত ১৫৬জন এই পৰ্যন্ত আক্রান্ত হৈছে।উল্লেখ যে দেশৰ মুঠ ২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্য বৰ্তমান ক'ৰ'নাত আক্রান্ত।

Your Comments