বাণিজ্য ক্ষেত্ৰলৈ চৰকাৰে আগবঢ়াব আৰ্থিক পেকেজ,পেন-আধাৰ কাৰ্ড সংযুক্তকৰণৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে দেশৰ বাণিজ্য ক্ষেত্ৰক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰৰ সহায়ৰ বাবে শীঘ্ৰে আৰ্থিক পেকেজ আগবঢ়াব।লগতে,জনতাক সকাহ দিবলৈ পেন আৰু আধাৰ কাৰ্ড সংযুক্ত কৰাৰ সময়সীমা চলিত বৰ্ষৰ ৩০ জুনলৈ বৃদ্ধি কৰিছে চৰকাৰে।বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা উল্লেখ কৰিছে।

Your Comments