ক'ৰ'না প্ৰতিৰোধৰ কঠোৰ পদক্ষেপ:১৫ এপ্ৰিললৈ ভাৰতলৈ আহিবলৈ নোৱাৰিব বিদেশী পৰ্যটক

Pic

ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে।ইয়াৰ অংশ হিচাপে ভাৰতলৈ আহিব লগা লোকসকলৰ ভিছা অহা ১৫ এপ্ৰিললৈ বাতিল কৰা হৈছে।অৰ্থাৎ,অহা ১৫ এপ্ৰিললৈ কোনো বিদেশী পৰ্যটক ভাৰতলৈ আহিব নোৱাৰিব।এই পদক্ষেপটোৱে দেশৰ পৰ্যটন উদ্যোগৰ ক্ষতি সাধন কৰিব পাৰে যদিও ক'ৰ'নাক প্ৰতিৰোধৰ বাবে এনে কঠোৰ ব্যৱস্থা দৰকাৰী হৈ পৰিছে।

Your Comments