ভাৰতত ক'ৰ'না সংক্ৰমণত আক্রান্ত লোকৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি

Pic

ভাৰতত ক্ৰমশঃ বৃদ্ধি পাইছে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত আক্রান্ত হোৱা লোকৰ সংখ্যা।শেহতীয়াভাৱে ইটালী ভ্ৰমণৰ পৰা অহা পঞ্জাব ৰ এজন লোক আক্ৰান্ত হৈছে।আনহাতে,ডুবাই ভ্ৰমণৰ পৰা অহা মহাৰাষ্ট্ৰৰ পুণেৰ এহাল দম্পত্তি আক্ৰান্ত হৈছে।ইয়াকে লৈ ভাৰতত বৰ্তমান ক'ৰ'না সংক্ৰমণত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি পাইছে।

Your Comments