হোলী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা

Pic

ৰঙৰ উৎসৱ হোলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীয়ে টুইট কৰে-"আপোনালোকলৈ ৰং,উমঙ্গ,আনন্দৰ উৎসৱ হোলীৰ বহু শুভেচ্ছা।এই উৎসৱে যেন সকলো দেশবাসীৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনে।"

Your Comments