
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।'নাৰীশক্তিৰ ভাৱনা আৰু উপলব্ধিক ছালাম'-প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে।দেশৰ প্ৰতিটো প্ৰান্তৰতে নাৰীসকলে অতি উল্লেখনীয় কৰ্ম সম্পাদন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
- Log in to post comments
- 5 views