ক'ৰ'না সংক্ৰমণত ভাৰতত বৰ্তমানলৈ ৩১ গৰাকী লোক আক্রান্ত:২৯,০০০ লোক নিৰীক্ষণত

Pic

ভাৰতত বৰ্তমানলৈ ৩১ গৰাকী লোকৰ শৰীৰলৈ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ হৈছে।আনহাতে,২৯,০০০ লোকক নিৰীক্ষণত ৰখা হৈছে।ইফালে,আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি সংক্ৰমণ সম্পৰ্কীয় শেহতীয়া তথ্য অৱগত কৰিব।লগতে,সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে,সেই বিষয়েও সৱিশেষ জনাব।

Your Comments