মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দিল্লীত যুটীয়া সংবাদ মেলত অংশগ্ৰহণ কৰে।এই সংবাদ মেলত দুয়ো ঘোষণা কৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত ৩ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তি সম্পন্ন হ'ব।ইয়াৰ লগতে দুয়ো ঘোষণা কৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰতো আলোচনা আগবাঢ়িব।
- Log in to post comments
- 14 views