পৱিত্ৰ ৰাম নৱমীৰ দিনটোৰ পৰা আৰম্ভ হ'ব পাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য।ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ট্ৰাষ্টী স্বামী পৰমানন্দই সংবাদ মাধ্যমৰ আগত কয় যে ৰাম নৱমী অতিকৈ পূজনীয় দিন আৰু ইয়াতকৈ কি ভাল দিন হ'ব পাৰে শ্ৰী ৰাম জন্মভূমিত ৰাম মন্দিৰৰ নিৰ্মাণ-কাৰ্য আৰম্ভণি কৰাৰ।
- Log in to post comments
- 10 views