চীনত মহামাৰীৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছ পালেহি কলকাতা।বৃহস্পতিবাৰে কলকাতাৰ বিমানবন্দৰত থাৰ্মেল স্ক্ৰিনিঙত ধৰা পৰিল দুজন ক'ৰ'না ভাইৰাছ আক্ৰান্ত ব্যক্তি।দুয়োজন বিমানযাত্ৰী বেংককৰ পৰা আহি আছিল।
- Log in to post comments
- 47 views