এসময়ত বিশ্বৰ শীৰ্ষ স্থানৰ ধনাঢ্যসকলৰ অন্যতম অনিল আম্বানী এতিয়া দেউলীয়া।লণ্ডনৰ এখন আদালতত এই বুলি কয় অনিল আম্বানীৰ অধিবক্তাই।চীনৰ তিনিটা শীৰ্ষ বেংকে লণ্ডনৰ আদালতত দাখিল কৰা এখন আবেদনৰ শুনানীৰ সময়ত এই বুলি বক্তব্য প্ৰকাশ কৰে আম্বানীৰ অধিবক্তাই।উল্লেখ্য যে আদালতখনে অনিল আম্বানীক ১০ কোটি ডলাৰ জমা কৰিবলৈ কৈছে।
- Log in to post comments
- 96 views