অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত আজি বিদ্যাৰ দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হৈছে।দেৱী সৰস্বতীৰ সন্মুখত বিদ্যাৰ্থীসকলে শৈক্ষিক ক্ষেত্ৰত সফলতা অৰ্জনৰ বাবে প্ৰাৰ্থনা কৰিছে।সৰস্বতী পূজা উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে মনোমোহা সাজ-সজ্জা কৰা পৰিলক্ষিত হৈছে।
- Log in to post comments
- 7 views