দিল্লীৰ ৰাজপথত চলন্ত বাছত পেৰামেডিকেলৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা চাৰিটা ধৰ্ষণকাৰীৰ ফাঁচীৰ দিন ঘোষণা কৰা হৈছে।নির্ভয়া কাণ্ড হিচাপে সমগ্ৰ বিশ্ববাসীৰ মনত থকা ঘটনাটোৰে জড়িত চাৰিটা অপৰাধীক অহা ২২ জানুৱাৰীত পুৱা ৭ বজাত দিল্লীৰ তিহাৰ জেলত দিয়া হ'ব ফাঁচী।
- Log in to post comments
- 29 views