ঝাৰখণ্ডত জেএমএম-কংগ্ৰেছ-আৰজেডিৰ পৰৱৰ্তী চৰকাৰ

Pic

ঝাৰখণ্ডত পৰৱৰ্তী চৰকাৰ জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটে গঠন কৰাটো নিশ্চিত হৈছে।সোমবাৰে পুৱাৰে পৰা চলি থকা ভোটগণনাত বৰ্তমানলৈ জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁট ৪৪ খন আসনত আগবাঢ়ি আছে।আনহাতে,বিজেপি ২৬ খন আসনত আগবাঢ়ি আছে।এনে পৰিস্থিতিত জেএমএমৰ হেমন্ত ছোৰেনে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাটো নিশ্চিত হৈছে।

Your Comments