নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপি ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। পদত্যাগ কৰিয়ে অভিনেতাগৰাকীয়ে 'আছু'ৰ মুখ্য কাৰ্যালয়তএখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি জাতিৰ পক্ষত ঠিয় হৈ কেব বিৰোধিতাৰে বিজেপিৰ প্ৰাথমিক সদস্য পদ ত্যাগৰ কথা ঘোষণা কৰে শিল্পীগৰাকীয়ে।উল্লেখ্য যে ৰাজ্যবাসীৰ প্ৰৱল প্ৰতিবাদৰ পিছতো লোকসভাত উথাপন হ'ল কেব।
- Log in to post comments
- 6 views