আজি লোকসভাত দুপৰীয়া ১২ বজাত উত্থাপন হ'ব 'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯'।গৃহমন্ত্ৰী অমিত শ্বাহে সদনত উত্থাপন কৰিব বহু বিতৰ্কিত 'কেব'।
ইফালে,বিধেয়ক উত্থাপন কৰাৰ পূৰ্বে বিজেপিৰ সকলো সাংসদলৈ দলে জাৰি কৰিছে হুইপ।সেই অনুসৰি সোমবাৰৰে পৰা আগন্তক তিনিদিনলৈ বিজেপি সকলো সাংসদ উপস্থিত থাকিব লাগিব সংসদত।
- Log in to post comments
- 17 views