১০৬ দিন কাৰাগাৰত থকাৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ আহিব জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন বিত্তমন্ত্ৰী পি চিডাম্বৰম।'মণি লন্ড্ৰিং'সন্দৰ্ভত ইডিয়ে ৰুজু কৰা গোচৰত বুধবাৰে পি চিডাম্বৰমৰ জামিন মঞ্জুৰ কৰে উচ্চতম ন্যায়ালয়ে।যাৰ বাবে তিহাৰ কাৰাগাৰৰ পৰা অৱশেষত মুক্তি লাভ কৰিব বৰ্ষীয়ান কংগ্ৰেছ নেতাজনে।
- Log in to post comments
- 10 views