
বিজেপি চৰকাৰে বিপিচিএল আৰু নুমলীগড় তেল শোধনাগাৰক ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে সংসদ ভৱনৰ সন্মুখত সংসদৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী।সংসদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, আব্দুল খালেকে হাতে হাতে প্লে-কাৰ্ড লৈ ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী।
- Log in to post comments
- 10 views